বিনোদন

পিতৃৰ মৃত্যু বাৰ্ষিকীত ঘৰতে বিশেষ পূজা আগবঢ়ালে প্ৰিয়ংকা চোপ্ৰাই। কন্যা মাল্টী মেৰীক দেখা গ’ল ভাৰতীয় সাজত…

পিতৃৰ মৃত্যু বাৰ্ষিকীত ঘৰতে বিশেষ পূজা আগবঢ়ালে প্ৰিয়ংকা চোপ্ৰাই। কন্যা মাল্টী মেৰীক দেখা গ'ল ভাৰতীয় সাজত। পিতৃৰ মৃত্যু বাৰ্ষিকীত প্ৰিয়ংকা চোপ্ৰাই ঘৰতে এক বিশেষ...

মুছলমান হোৱাৰ বাবেই আদিপুৰুষৰ প্ৰচাৰৰ পৰা আঁতৰি আছে ছেইফ আলী খান !

আদিপুৰুষৰ প্ৰচাৰত দেখা পোৱা নাই ছেইফ আলী খানক, বিতৰ্কৰ পৰা আঁতৰি থাকিব বিচাৰিছে নেকি অভিনেতাজনে? আদিপুৰুষ ছবিত ৰাৱণৰ চৰিত্ৰত দেখা যাব অভিনেতা ছেইফ আলী...

সন্তানৰ পিতৃৰ পৰিচয় দিলে অভিনেত্ৰী ইলিয়ানা ডি ক্ৰুজে…

সন্তানৰ পিতৃৰ পৰিচয় দিলে ইলিয়ানা ডি ক্ৰুজে...! ইলিয়ানাই নিজৰ ইনষ্টাগ্ৰামত প্ৰেমিকৰ সৈতে এখন ম্লান ফটো শ্বেয়াৰ কৰিছে। যদিও এই ছবিখনত একো স্পষ্ট নহয়, তথাপিও...

জাহ্নবীৰ পিছত এইবাৰ চাৰা! ভাল টোপনি নাহিব বুলি অভিনেত্ৰীসকলে কৰে আঠুৱা ‘চুৰি’ …

২ জুনত মুক্তি পাব বিকি কৌশল আৰু চাৰা আলী খান অভিনীত ছবি ‘জাৰা হটকে জাৰা বাচাকে’। ছবিখনৰ ব্যৱসায়িক সফলতা এতিয়ালৈকে বেয়া হোৱা নাই। এই...

প্ৰভাস-কৃতিৰ ছবি ‘আদিপুৰুষ’এ চেঞ্চৰ ব’ৰ্ডৰ পৰা লাভ কৰে ‘U’ চাৰ্টিফিকেট। অনাথ আশ্ৰম আৰু বৃদ্ধাশ্ৰমলৈ দহ হাজাৰ টিকট বিনামূলীয়াকৈ প্ৰদান কৰিব…

প্ৰভাস-কৃতিৰ ছবি ‘আদিপুৰুষ’এ সংবাদ মাধ্যমত শিৰোনাম দখল কৰিছে। একে সময়তে এই ছবিখনে এতিয়া চেঞ্চৰ ব’ৰ্ডৰ পৰাও ‘U’ চাৰ্টিফিকেট লাভ কৰিছে। ওম ৰাউতৰ ছবি ‘আদিপুৰুষ’...

Popular