Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
বিনোদন
ভাৰত সেৱাশ্ৰম সংঘৰ তিনিচুকীয়া শাখাৰ বিশেষ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷
সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত অসম ভলীবল সন্থাৰ সৌজন্যত ৰাজকুমাৰ লংকেশ্বৰ গোঁহাই ভলীবল কাপ ২০২৫ ।
তেজপুৰত পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে যোগাযোগ ৰখাৰ অভিযোগত অৱসৰপ্ৰাপ্ত বায়ু সেনা বিষয়াক আটক
আলিয়া ভাটে সামাজিক মাধ্যমত নিজৰ ফটো শ্বেয়াৰ কৰাৰ পিছত অনুৰাগী সকলে দাবী জনালে অনুগ্ৰহ কৰি আপোনাৰ সন্তানৰ মৰমলগা ফটোও আপলোড কৰক…
বিনোদন
দৈনন্দিন বাৰ্তা
-
November 21, 2022
মাতৃ হোৱাৰ পিছত প্ৰথমখন ফটো শ্বেয়াৰ কৰি বলীউডৰ অভিনেত্ৰী আলিয়া ভট্টে তেওঁৰ কন্যাৰ ফটো শ্বেয়াৰ কৰিবলৈ কোন অনুৰাগীয়ে দাবী জনাইছে সেই সন্দৰ্ভত মন্তব্য কৰে।...
আম্বানী পৰিয়ালৰ বাবে আহিছে সুখবৰ, জীয়ৰী ঈশা আম্বানীয়ে জন্ম দিলে যমজ সন্তান, ককাক হ’ল মুকেশ আম্বানী…
বিনোদন
দৈনন্দিন বাৰ্তা
-
November 20, 2022
আম্বানী পৰিয়ালৰ বাবে আহিছে সুখবৰ। ককাক হ’ল মুকেশ আম্বানী । আম্বানীৰ জীয়ৰী ঈশা আম্বানীয়ে জন্ম দিছে যমজ সন্তানৰ । আম্বানী পৰিয়ালে প্ৰকাশ কৰা অনুসৰি...
প্ৰয়াত সিদ্ধাৰ্থ শুক্লালৈ উৎসৰ্গা ফিল্মফেয়াৰৰ ‘ৰাইজিং ষ্টাৰ অফ বলীউড’ বটাঁ; শ্বেহনাজ গীলৰ ভাষণে অনুৰাগীক আৱেগিক কৰি তুলিছে…
জীৱনশৈলী
দৈনন্দিন বাৰ্তা
-
November 20, 2022
বিগ বছ ১৩ৰ ফেম খ্যাত তাৰকা শ্বেহনাজ গিলে তেওঁৰ উৎকৃষ্ট দক্ষতা, অনবদ্য ফেশ্বন সংবেদন আৰু নম্ৰ ব্যক্তিত্বৰ বাবে নিজকে দেশৰ প্ৰিয় হিচাপে প্ৰতিষ্ঠা কৰিবলৈ...
জুবিন গাৰ্গলৈ ‘চুকাফা সাংস্কৃতিক সমন্বয় বঁটা’…
অসম
দৈনন্দিন বাৰ্তা
-
November 20, 2022
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে প্ৰথমবাৰৰ বাবে প্ৰদান কৰিবলৈ লোৱা চুকাফা সাংস্কৃতিক সমন্বয় বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে জীৱনৰ ৫০ টা সোণাৱালী বছৰ অতিক্ৰম কৰা...
নতুন অসমীয়া চলচ্চিত্ৰ “ৰাজনীতি- পাৰ্ট-১”ৰ ট্ৰেইলাৰ মুকলি…
বিনোদন
দৈনন্দিন বাৰ্তা
-
November 20, 2022
গুৱাহাটী, নেক্সষ্টাৰ ষ্টুডিঅ'জৰ বেনাৰত নিৰ্মিত নতুন অসমীয়া চলচ্চিত্ৰ "ৰাজনীতি- পাৰ্ট-১"ৰ ট্ৰেইলাৰ কালি মুকলি কৰা হয়। যোৰহাটৰ ক'ৰ্ট ফিল্ডত জুবিন গাৰ্গৰ ৫০ সংখ্যক জন্মদিন উপলক্ষে মহাআড়ম্বৰে আয়োজিত 'সৃষ্টিৰ দিন' শীৰ্ষক অনুষ্ঠানত কালি সন্ধিয়া বহু বিশিষ্ট লোকৰ উপস্থিতিত চলচ্চিত্ৰখনৰ ট্ৰেইলাৰ মুকলি কৰা হয় ৷ অনুষ্ঠানত যুৱ প্ৰজন্মৰ হিয়াৰ আমঠু জুবিন গাৰ্গক টীম ৰাজনীতিৰ সদস্যসকলৰ লগতে সমৱেত অগণন অনুৰাগীয়ে হৰ্ষোল্লাসেৰে জন্মদিনৰ শুভেচ্ছা জনায় ৷ মনুজিৎ শৰ্মাৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰখনত জুবিন গাৰ্গৰ লগতে অসমীয়া চলচ্চিত্ৰ আৰু মঞ্চ জগতৰ প্ৰসিদ্ধ অভিনেতা তপন দাস, সঞ্জীৱ শৰ্মা, বৰষাৰাণী বিষয়া, সিদ্ধাৰ্থ শৰ্মা, গীতাৱলী ৰাজকুমাৰী আৰু ৰাজীৱ গোস্বামীয়ে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। চলচ্চিত্ৰখনৰ চিত্ৰনাট্য অভিজিৎ ভট্টাচাৰ্যৰ।২৩ ডিচেম্বৰত চলচ্চিত্ৰখনে সমগ্ৰ অসমৰ ছবিগৃহ সমূহত মুক্তিলাভ কৰিব।
1
...
345
346
347
...
652
Page 346 of 652
Popular
Young Writer Honour: ঢকুৱাখনাৰ ২১ গৰাকী উদীয়মান লেখক-লেখিকলৈ অসম চৰকাৰৰ যুৱ লেখক সন্মান-২০২৫ঃ বিভিন্ন দল-সংগঠনৰ অভিনন্দন
দৈনন্দিন বাৰ্তা
-
December 22, 2025