বিনোদন

জুবিন গাৰ্গলৈ ‘চুকাফা সাংস্কৃতিক সমন্বয় বঁটা’…

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে প্ৰথমবাৰৰ বাবে প্ৰদান কৰিবলৈ লোৱা চুকাফা সাংস্কৃতিক সমন্বয় বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে জীৱনৰ ৫০ টা সোণাৱালী বছৰ অতিক্ৰম কৰা...

নতুন অসমীয়া চলচ্চিত্ৰ “ৰাজনীতি- পাৰ্ট-১”ৰ ট্ৰেইলাৰ মুকলি…

গুৱাহাটী,  নেক্সষ্টাৰ ষ্টুডিঅ'জৰ বেনাৰত নিৰ্মিত নতুন অসমীয়া চলচ্চিত্ৰ "ৰাজনীতি- পাৰ্ট-১"ৰ ট্ৰেইলাৰ কালি মুকলি কৰা হয়। যোৰহাটৰ ক'ৰ্ট ফিল্ডত জুবিন গাৰ্গৰ ৫০ সংখ্যক জন্মদিন উপলক্ষে মহাআড়ম্বৰে আয়োজিত 'সৃষ্টিৰ দিন' শীৰ্ষক অনুষ্ঠানত কালি সন্ধিয়া বহু বিশিষ্ট লোকৰ উপস্থিতিত চলচ্চিত্ৰখনৰ ট্ৰেইলাৰ মুকলি কৰা হয় ৷  অনুষ্ঠানত যুৱ প্ৰজন্মৰ হিয়াৰ আমঠু জুবিন গাৰ্গক টীম ৰাজনীতিৰ সদস্যসকলৰ লগতে সমৱেত অগণন অনুৰাগীয়ে হৰ্ষোল্লাসেৰে জন্মদিনৰ শুভেচ্ছা জনায় ৷ মনুজিৎ শৰ্মাৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰখনত জুবিন গাৰ্গৰ লগতে অসমীয়া চলচ্চিত্ৰ আৰু মঞ্চ জগতৰ প্ৰসিদ্ধ অভিনেতা তপন দাস, সঞ্জীৱ শৰ্মা, বৰষাৰাণী বিষয়া,  সিদ্ধাৰ্থ শৰ্মা, গীতাৱলী ৰাজকুমাৰী আৰু ৰাজীৱ গোস্বামীয়ে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। চলচ্চিত্ৰখনৰ চিত্ৰনাট্য অভিজিৎ ভট্টাচাৰ্যৰ।২৩ ডিচেম্বৰত চলচ্চিত্ৰখনে সমগ্ৰ অসমৰ ছবিগৃহ সমূহত মুক্তিলাভ কৰিব।

ভাইৰেলঃ ৰেচন কাৰ্ডত ‘দত্ত’ৰ সলনি ‘কুট্টা’ বুলি উপাধি ছপা হোৱাৰ পিছত চৰকাৰী বিষয়াক ভুকিলে এজনে…

পশ্চিম বংগৰ বাংকুৰা জিলাৰ এজন লোকে ৰেচন কাৰ্ডত উপাধিৰ ‘দত্ত’ৰ পৰিৱৰ্তে ‘কুট্টা’ (কুকুৰ) বুলি ভুলকৈ লিখাৰ পিছত স্থানীয় ব্লক ডেভেলপমেণ্ট অফিচাৰ (বি ডি অ’)ক...

মিষ্ট্ৰী মেনৰ সৈতে ফটো ভাইৰেল বলীউড অভিনেত্ৰী দিশা পাটানীৰ, নেটিজেনে সকলে ক’লে, ‘টাইগাৰ জিন্দা হায়’

মিষ্ট্ৰী মেনৰ সৈতে দিশা পাটনীৰ ছবি ভাইৰেল হৈ পৰিল, নেটিজেনে প্ৰশ্ন উত্থাপন কৰি কয়- ‘টাইগাৰ জিন্দা হায়’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৰহস্যময়ী মানুহৰ...

চেতন ভগতেও উৰ্ফি জাভেদক ইনষ্টাগ্ৰামত কৰিলে fOLLOW,ইয়াক লৈ নেটিজেন সকলৰ মাজত লাগিছে হাঁহাকাৰ

উৰ্ফি জাভেদৰ ফটো আৰু ভিডিঅ’ প্ৰায়ে ইণ্টাৰনেটত ভাইৰেল হৈ পৰে। তেওঁৰ আচৰিত ড্ৰেছিং চেন্স আৰু অনন্য ষ্টাইলৰ বাবেই ছ’চিয়েল মিডিয়াত আধিপত্য বিস্তাৰ কৰিছে। উৰ্ফি...

Popular