বিনোদন

Ranbir Kapoor: ‘ৰামায়ণ’ৰ প্ৰথম খণ্ডৰ শ্বুটিং সম্পূৰ্ণ কৰি ৰামৰ চৰিত্ৰৰ সন্দৰ্ভত কি ক’লে ৰণবীৰ কাপুৰে

ৰণবীৰ কাপুৰে লৰ্ড ৰামৰ চৰিত্ৰত অভিনয় কৰিছে। এনিমেল’ৰ পিছত অতি সোনকালেই নিতীশ তিৱাৰীৰ ‘ৰামায়ণ’ ছবিত ৰণবীৰ কাপুৰক দেখা যাব। আনহাতে ‘সীতা’ৰ চৰিত্ৰত অভিনয় কৰিব ছাই পল্লৱীয়ে। শেহতীয়াকৈ ৰণবীৰে প্ৰথমবাৰৰ বাবে নিজৰ চৰিত্ৰৰ বিষয়ে ক’লে।(Ranbir Kapoor)

Abhishek Bachchan: ঐশ্বৰ্য-অভিষেক কেতিয়া দ্বিতীয় বাৰৰ বাবে পিতৃ-মাতৃ হ’ব? কি ক’লে অভিষেকে…

অভিষেক বচ্চন আৰু ঐশ্বৰ্য ৰায়ৰ সম্পৰ্ক আৰু বিবাহ বিচ্ছেদৰ খবৰৰ বাবে দীৰ্ঘদিন ধৰি শিৰোনাম দখল কৰি আহিছে। ইফালে জুনিয়ৰ বচ্চনে ৰিতেশ দেশমুখৰ শ্ব’ত উপস্থিত হোৱাৰ সময়ত তেওঁক দ্বিতীয় সন্তানৰ বিষয়ে প্ৰশ্ন কৰা হয়।(Abhishek Bachchan)

Allu Arjun’s Diet: পুষ্পা ২ অভিনেতা আল্লু অৰ্জুনে কি খায়?

প্ৰতিদিনে ৪৫ মিনিট কাৰ্ডিঅ’, গ্ৰীল কৰা চিকেন ভাল পায় ‘পুষ্পা ২’ৰ তাৰকা আল্লু অৰ্জুনে।(Allu Arjun's Diet)

Aamir Khan: শীঘ্ৰেই একেখন পৰ্দাত দেখা যাব আমিৰ, ছলমান; শ্বাহৰুখক!

অতি সোনকালে একেখন পৰ্দাত দেখা যাব আমিৰ খান, ছলমান খান আৰু শ্বাহৰুখ খানক! অনুৰাগী অপেক্ষাৰে ৰৈ আছে।(Aamir Khan)

Pushpa 2: মুক্তিৰ চতুৰ্থ দিনতে বিশ্বজুৰি উপাৰ্জন ৮০০ কোটি ‘পুষ্পা ২’ৰ

‘পুষ্পা ২’ৰ উপাৰ্জন বৃদ্ধি দিনক দিনে বাঢ়ি গৈ আছে, চতুৰ্থ দিনতো অভিলেখ ভংগ কৰিলে ছবিখনে; বৰ্তমানলৈকে বিশ্বজুৰি ৮০০ কোটি টকাৰ পৰিসংখ্যা অতিক্ৰম কৰিলে ছবিখনে।(Pushpa 2)

Popular