বিনোদন

Flawless Skin and Silky Hair: অনুষ্কাৰ সৌন্দৰ্য্যৰ ৰহস্য ফাদিল! আপুনিও অনুষ্কা শৰ্মাৰ দৰে ছাল, চুলিৰগৰাকী হ’ব বিচাৰে নেকি

যদি আমি আমাৰ শৰীৰ অনুযায়ী খাদ্য গ্ৰহণ কৰো তেন্তে ই আমাৰ শৰীৰক সক্ৰিয় আৰু ফিট কৰি ৰখাত সহায় কৰে। এনে পৰিস্থিতিত খাদ্যত প্ৰটিন, ভিটামিন, খনিজ পদাৰ্থ, ওমেগা-৩ ফেটি এচিড আদি পুষ্টিকৰ উপাদান সঠিক পৰিমাণে থাকিব লাগে।(Flawless Skin and Silky Hair)

Bollywood Diwali Celebration 2024: হাতে হাতে চাকি, মিঠাই প্লেট লৈ ফটোৰ বাবে প’জ বলিউদ চেলিব্ৰিটিৰ

দীপাৱলীৰ ৰং বলীউডৰ চেলিব্ৰিটিসকলৰ ওপৰতো বিয়পি পৰিল। বলীউড আৰু টেলিভিছনৰ তাৰকাসকলে কেনেদৰে দীপাৱলী ২০২৪ উদযাপন কৰিলে ফটো চাওক।(Bollywood Diwali Celebration 2024)

Salman Khan: ভাবুকিৰ মাজতে নতুন গাড়ী ক্ৰয় ছলমান খানৰ পিতৃ চেলিম খানৰ

ছলমান খানৰ পিছত এতিয়া চেলিম খানেও বিষ্ণই গেঙৰ ভাবুকিৰ মাজতে এখন দামী গাড়ী ক্ৰয় কৰিছে। ধনতেৰাছৰ দিনাই কিনিলে এই গাড়ীখন, আনহাতে ভাইজানে পুনৰ মৃত্যুৰ ভাবুকি লাভ কৰিছে। এই যুৱকজন নয়দাৰ বুলি কোৱা হৈছে।(Salman Khan)

Arjun Kapoor: প্ৰথমবাৰৰ বাবে বিচ্ছেদৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ অৰ্জুন কাপুৰৰ, ক’লে – আই এম চিংগল

অৰ্জুন কাপুৰে কয় যে তেওঁ এতিয়া চিংগল। কিছুদিনৰ পৰা উৰাবাতৰি ওলাই আছিল যে মালাইকা অৰোৰাৰ সৈতে তেওঁৰ সম্পৰ্ক বিচ্ছেদ হৈছে। (Arjun Kapoor)

Amitabh Bachchan on Ratan Tata: অমিতাভ, মোক অলপ টকা ধাৰলৈ দিব পাৰিবানে? কিয় ৰতন টাটাই ধন ধাৰলৈ বিচাৰিছিল মেগাষ্টাৰৰ পৰা

উদ্যোগপতি ৰতন টাটাই ৮৬ বছৰ বয়সত এই পৃথিৱীৰ পৰা বিদায় ল’লে। ২০২৪ চনৰ ৯ অক্টোবৰত তেওঁ শেষ উশাহ লৈছিল। ৰতন টাটাৰ মৃত্যুত শোক প্ৰকাশ কৰে বলীউডৰ তাৰকাসকলেও।(Ratan Tata Amitabh Bachchan)

Popular