বিনোদন

Raha: পিতৃ-মাতৃৰ সৈতে ফুটবল খেল চোৱাত ব্যস্ত কণমানি ৰাহা, নীলা জাৰ্চিত দেখা গ’ল ৰণবীৰ আৰু ৰাহাক

কন্যা ৰাহা কাপুৰৰ সৈতে ফুটবল খেল চাবলৈ শনিবাৰে মুম্বাইত উপস্থিত হয় ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট। ৰাহাক সদায় বেলেগ বেলেগ অভিব্যক্তি দিয়া দেখা যায়। ফুটবল খেলখন চাই থাকোঁতো ৰহাৰ বিভিন্ন অভিব্যক্তি দেখা গৈছিল যিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল।(Raha)

Samantha Ruth: কন্যাৰ বিবাহ বিচ্ছেদৰ বাবে পিতৃৰ হৃদয় ভাঙি গৈছিল, কবিতা লিখি দুখ প্ৰকাশ কৰিছিল; সামান্থাৰ পিতৃৰ মৃত্যু

অভিনেত্ৰী সামান্থা ৰুথ প্ৰভুৰ পিতৃৰ মৃত্যু। ইফালে তেওঁৰ কিছুমান পুৰণি কথা ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত তেওঁ কন্যাৰ বিবাহ বিচ্ছেদ সম্পৰ্কেও কবিতা লিখি দুখ প্ৰকাশ কৰিছিল। সামান্থা আৰু নাগা চৈতন্য বিবাহৰ ৪ বছৰৰ পিছতে বিচ্ছেদ হয়।(Samantha Ruth)

Aishwarya Rai: নামৰ পৰা ‘বচ্চন’ উপাধি আঁতৰালে ঐশ্বৰ্য ৰায়ে

ঐশ্বৰ্য ৰায়ে নামৰ পৰা ‘বচ্চন’ উপাধি আঁতৰালে! অনুৰাগীয়ে নায়িকাগৰাকীক সমৰ্থন জনাই। শেহতীয়াকৈ ডুবাইত আয়োজিত গ্ল’বেল উইমেনছ ফ’ৰামৰ এক অনুষ্ঠানত অংশ লৈছিল ঐশ্বৰ্যই।(Aishwarya Rai)

Katrina Kaif: কেটৰিনাৰ দৰে ছালৰগৰাকী হ’ব বিচাৰে নেকি? ৰাতি আৰু দিনত কি লগাব জানি লওক

অনুৰাগীসকল সদায় কেটৰিনা কাইফৰ সৌন্দৰ্য্যক লৈ কৌতুহলী। কি খায়, ছালৰ যত্ন কেনেকৈ লয়? তেওঁৰ ৰূপৰ ৰহস্যৰ বিষয়ে প্ৰায়ে চৰ্চাত।(Katrina Kaif)

Baahubali 2: ৪৭ বছৰ বয়সত বিবাহপাশত আৱদ্ধ বাহুবলী-২ ছবিৰ এইজন অভিনেতা

বাহুবলী ২ৰ এই অভিনেতাগৰাকীয়ে ৪৭ বছৰ বয়সত বিবাহপাশত আৱদ্ধ হয়। ছ'চিয়েল মিডিয়াত ক্ৰমাৎ ভাইৰেল হৈ পৰিছে অভিনেতাগৰাকীৰ গোপন বিয়াৰ ফটো। য’ত তেওঁক পত্নীৰ সৈতে সাগৰৰ পাৰত ফটোৰ বাবে পোজ দিয়া দেখা গৈছে।(Baahubali 2)

Popular