বিনোদন

Naga-Shobhita wedding: ৪ ডিচেম্বৰত নাগা-শভিতাৰ বিবাহ, নিমন্ত্ৰণী পত্ৰ কৰিলে ৰাজহুৱা

২০১৭ চনত নগা চৈতন্য আৰু সামন্তই বিবাহপাশত আবদ্ধ হৈছিল। চাৰিটা দীঘলীয়া বছৰ একেলগে থকাৰ পিছত দুয়োৰে বিচ্ছেদ হৈছিল। ইয়াৰ পিছতে নাগাৰ জীৱনলৈ আহিল শভিতা ধূলিপালা।(Naga-Shobhita wedding)

Allu Arjun: বন্ধুৰ বাবে সুৰাৰ দোকানলৈ গ’ল অভিনেতা আল্লু অৰ্জুন

২০১৭ বৰ্ষৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল য’ত তেওঁক গোৱাৰ স্থানীয় সুৰাৰ দোকানত দেখা গৈছিল। এই ক্লিপটো চাই প্ৰতিজন অনুৰাগীয়ে স্তম্ভিত হৈ পৰিল।(Allu Arjun)

Canadian Amphibious Plane: ব্ৰহ্মপুত্ৰৰ বুকুত চলিল কানাডাৰ ‘উভচৰী বিমান’

গুৱাহাটী, ১৫ নৱেম্বৰঃ মেছাৰ্ছ ডি হেভিলেণ্ড কানাডা আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰ্যালয়ৰ যৌথ উদ্যোগত আজি আয়োজিত পৰীক্ষামূলক 'উভচৰী বিমান'(Canadian Amphibious Plane) চিপ্লেনৰ(Seaplane) উৰণ প্ৰদৰ্শনীত পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অংশগ্ৰহণ কৰে।

Deepika-Ranveer Wedding Anniversary: প্ৰতিটো দিনেই পত্নীক প্ৰশংসা কৰাৰ দিন, কিন্তু আজি এটা বিশেষ দিন, বিবাহৰ ৬ বছৰ সম্পূৰ্ণ দীপিকা-ৰণবীৰৰ

আজি দীপিকা পাডুকন আৰু ৰণবীৰ সিঙৰ বিবাহৰ ৬ বছৰ হ'ল। এই বিশেষ দিনটোত ৰণবীৰে দীপিকাৰ নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত কিছুমান অতি বিশেষ মুহূৰ্তৰ ফটো-ভিডিঅ’ শ্বেয়াৰ কৰিছে।(Deepika-Ranveer Wedding Anniversary)

Amisha Patel: নিজতকৈ ১৯ বছৰ সৰু ব্যৱসায়ীৰ সৈতে ডেটিং অভিনেত্ৰী আমিশা পেটেলৰ! বৰ্তমান আমিশাৰ বয়স ৪৯ বছৰ

আমীশা পেটেলে নিজৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা ফটোখনত তেওঁৰ সৈতে দেখা পোৱা যুৱকজনৰ নাম নিৰ্বান বিৰলা, নিৰ্বান এজন ডাঙৰ ব্যৱসায়ী। কেৱল এয়াই নহয়, নিৰ্বাণ বিৰলা আমিশাতকৈ কমেও ১৯ বছৰ সৰু। (Amisha Patel)

Popular