বিনোদন

এইবাৰ এগৰাকী চলচ্চিত্ৰ নিৰ্মাতাৰ ৰূপত এঞ্জেলিনা(Angelina)

হলিউডৰ অভিনেত্ৰী জ’লীয়ে(anjelina) নতুন চিনেমা এখনত স্বাক্ষৰ কৰিছে। চিনেমাখনৰ নাম ‘স্টিচেছ’। ইয়াৰ পৰিচালনা কৰিছে ফৰাচী পৰিচালক এলিছ উইনোকোৰে। চিনেমাখনত জ’লীয়ে এগৰাকী চলচ্চিত্ৰ নিৰ্মাতাৰ...

AR Rahman Saira Banu: এ আৰ ৰহমান আৰু মোহিনী দেৰ মাজত কি সম্পৰ্ক? জানক প্ৰকৃত সত্য

এ.আৰ. ৰহমান ছাইৰা বানুৰ বিবাহৰ ২৯ বছৰৰ পাছত বিচ্ছেদৰ সিদ্ধান্ত লয়, তাৰ পিছতে ৰহমানৰ গীটাৰিষ্ট মোহিনী দেয়েও বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰে। শেহতীয়াকৈ অধিবক্তাগৰাকীয়ে দুয়োৰে মাজৰ সংযোগৰ বিষয়ে মুকলিকৈ কয় আৰু দুয়োৰে মাজত কি চলি আছে সেই কথাও জনাই।(AR Rahman Saira Banu)

Shah rukh khan। শ্বাহৰুখ খানে পুত্ৰ আৰিয়ান খানৰ প্ৰথম ছিৰিজ আৰু মুক্তিক লৈ কংগনা ৰনৌতৰ প্ৰতিক্ৰিয়া

Shah rukh khan। শ্বাহৰুখ খানে তেওঁৰ পুত্ৰ আৰিয়ান খানৰ প্ৰথম ছিৰিজ ঘোষণা কৰিছে আৰু ইয়াৰ মুক্তিৰ বিষয়ে জনায় । শ্বাহৰুখ খান আৰু গৌৰী খানৰ প্ৰযোজনা গৃহ ৰেড চিলিজে আৰিয়ান খানৰ প্ৰথম ছিৰিজৰ বাবে নেটফ্লিক্সৰ সৈতে সহযোগিতা কৰিছে । গৌৰী খানে পুত্ৰ আৰিয়ান খানৰ প্ৰথম ছিৰিজ প্ৰযোজনা কৰিছে । নিশা, শ্বাহৰুখ খান আৰু নেটফ্লিক্সে আৰিয়ান খানৰ প্ৰথম ছিৰিজ ঘোষণা কৰে । এতিয়া আৰিয়ান খানৰ প্ৰথম ছিৰিজৰ প্ৰতি কংগনা ৰনৌতৰ প্ৰতিক্ৰিয়া আহিছে ।

Pushpa 2 : ‘পুষ্পা ২’ত এখন নতুন মুখৰ আভাস! কোন এই অভিনেতা জন? অপেক্ষা ৫ ডিচেম্বৰলৈ

দৰ্শকৰ মাজত ‘পুষ্পা ২’ক লৈ সৃষ্টি হৈছে ৰহস্য। ছবিখনৰ আভাস দেখিয়ে অনুমান কৰা হৈছে যে এই ছবিখনে বক্স অফিচত ধুমুহাৰ দৰে বিয়পিব। (Pushpa 2)

Ayushmann Khurrana: মোক দিয়াতকৈ দান কৰক ধনখিনিঃ নিউয়ৰ্ক কনচাৰ্টত এই কথা ক’লে আয়ুষ্মান খুৰানাৰে

গীত পৰিৱেশন কৰি থকাৰ সময়তে এজন অনুৰাগীয়ে আয়ুষ্মানলৈ লক্ষ্য কৰি উৰুৱালে ডলাৰ৷ ইয়াৰ পাছতেই গীত গাবলৈ এৰি অনুৰাগীগৰাকীক উদ্দেশ্য কৰি আয়ুষ্মানে ক’লে-এই ধনখিনি দান কৰক৷(Ayushmann Khurrana)

Popular