বিনোদন

Pushpa 2 : ‘পুষ্পা ২’ত এখন নতুন মুখৰ আভাস! কোন এই অভিনেতা জন? অপেক্ষা ৫ ডিচেম্বৰলৈ

দৰ্শকৰ মাজত ‘পুষ্পা ২’ক লৈ সৃষ্টি হৈছে ৰহস্য। ছবিখনৰ আভাস দেখিয়ে অনুমান কৰা হৈছে যে এই ছবিখনে বক্স অফিচত ধুমুহাৰ দৰে বিয়পিব। (Pushpa 2)

Ayushmann Khurrana: মোক দিয়াতকৈ দান কৰক ধনখিনিঃ নিউয়ৰ্ক কনচাৰ্টত এই কথা ক’লে আয়ুষ্মান খুৰানাৰে

গীত পৰিৱেশন কৰি থকাৰ সময়তে এজন অনুৰাগীয়ে আয়ুষ্মানলৈ লক্ষ্য কৰি উৰুৱালে ডলাৰ৷ ইয়াৰ পাছতেই গীত গাবলৈ এৰি অনুৰাগীগৰাকীক উদ্দেশ্য কৰি আয়ুষ্মানে ক’লে-এই ধনখিনি দান কৰক৷(Ayushmann Khurrana)

Swara Bhaskar: পুনৰবাৰ চৰ্চালৈ আহিছে অভিনেত্ৰী স্বৰা ভাস্কৰ

মৌলানা সাজ্জাদৰ সৈতে স্বৰা ভাস্কৰৰ ফটো দেখি আচৰিত হ'ল মানুহ। অভিনেত্ৰীগৰাকীৰ শৰীৰৰ পৰিৱৰ্তন দেখি ধুমুহাৰ গতিত ভাইৰেল স্বৰাৰ ফটো।(Swara Bhaskar)

Zubeen Grag: জুবিন গাৰ্গলৈ ড° ভূপেন হাজৰিকা বঁটা ২০২৫, বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ ঘোষণা

আজি এই বিশেষ দিনটোত জুবিন গাৰ্গলৈ জন্মদিনৰ শুভেচ্ছা জনাই বেলতলা বহাগী উৎসৱ উদযাপন সমিতিয়ে ২০২৫ বৰ্ষৰ ড০ ভূপেন হাজৰিকা বঁটা আগবঢ়োৱাৰ কথা ঘোষণা কৰে। (Zubeen Grag)

Tiger Shroff Baaghi 4: অতি শীঘ্ৰে ছবি গৃহলৈ আহি আছে Baaghi 4, মুকলি হ’ল প্ৰথমখন পোষ্টাৰ

টাইগাৰ শ্ৰফৰ বহু প্ৰত্যাশিত ছবি ‘বাঘী ৪’ৰ প্ৰথমখন পোষ্টাৰ মুক্তি হ'ল। কিছুদিনৰ পূৰ্বে টাইগাৰে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত বাঘী ৪ ছবিখনৰ পোষ্টাৰ শ্বেয়াৰ কৰিছিল।(Tiger Shroff Baaghi 4)

Popular