Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
বিনোদন
অসম জাতীয় পৰিষদৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ, ৮টা সমষ্টিত প্ৰাৰ্থী ঘোষণা
গৌৰৱ গগৈয়ে ৰঙৰ উৎসৱ হোলী পালন নকৰা বিষয়টোক লৈ ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ! ৰঙৰ উৎসৱত কিয় দেখা নগ’ল গৌৰৱ গগৈক?gaurav gogoi
ছমৰীয়াৰ ডেকাচাং উচ্চ মাধ্যমিক বিদ্যালয়ৰ পুখুৰীৰ মাটি বেদখলৰ চেষ্টা :: বিদ্যালয় কতৃপক্ষ, স্থানীয় ৰাইজ, শিক্ষক- শিক্ষয়িত্ৰীকে ছাত্ৰ- ছাত্ৰীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া:
Kahinur Theatre: কহিনুৰৰ মঞ্চত ‘পিঞ্জৰা’ আৰু সুৱাসনা, চলিত নাট্যবৰ্ষৰ এক উল্লেখযোগ্য প্ৰযোজনা
assam
দৈনন্দিন বাৰ্তা
-
November 7, 2024
প্ৰতিটো নাট্যবৰ্ষতে ভ্ৰাম্যমাণ থিয়েটাৰ উদ্যোগটোত অতি কমেও ৭০-৭৫খন নাটক মঞ্চস্থ হয়(Kahinur Theatre)। অৰ্থাত একাধিক নাট্যকাৰে ইমানকেইখন নাটক লিখি উলিয়ায়। ইয়াৰে ভিতৰত কেইখনমান নাটক ব্যৱসায়িক দিশত যথেষ্ট সফল হয়, প্ৰযোজকে মুনাফা লাভ কৰে। কেইখনমান নাটকক লৈ আলোচনা চলে, নাট্যকাৰে প্ৰশংসা লাভ কৰে।
Arjun Kapoor: মানসিক চাপ বৃদ্ধি হ’লেই মোৰ শৰীৰৰ ওজন বাঢ়েঃ অৰ্জুন কাপুৰ, মালাইকাৰ সৈতে বিচ্ছেদৰ পিছত হতাশ হৈ পৰিছিল নেকি অৰ্জুন
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
November 7, 2024
শেহতীয়াকৈ শাৰিৰীক অসুস্থতাৰ কথা প্ৰকাশ কৰিছে অভিনেতা অৰ্জুন কাপুৰে। তেওঁ কয় যে তেওঁ যোৱা বছৰ ডিপ্ৰেছনত গৈছিল। ইয়াৰ পিছত তেওঁ থেৰাপীৰ সহায় লৈছিল।(Arjun Kapoor)
Shah Rukh Khan Threat: ছলমান খানৰ পাছত শ্বাহৰুখলৈ ফোনযোগে ধমক
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
November 7, 2024
ছলমান খানৰ পাছত এইবাৰ শ্বাহৰুখ খানলৈ হত্যাৰ ভাবুকি। ফোনযোগে হত্যাৰ ভাবুকি দুৰ্বৃত্তৰ। ফাইজান নামৰ এগৰাকী ব্যক্তিৰ পৰা আহিছিল ফোন। মুম্বাই আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ।(Shah Rukh Khan Threat)
Aishwarya-Abhishek New Movie: বিবাহ বিচ্ছেদৰ খবৰৰ মাজতে আহি আছে অভিষেক-ঐশ্বৰ্যৰ ছবি
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
November 7, 2024
বিবাহ বিচ্ছেদৰ খবৰৰ মাজতে অভিষেক-ঐশ্বৰ্যক একেলগে দেখা যাব ডাঙৰ পৰ্দাত। মণি ৰত্নমে পৰিচালনা কৰিব ছবিখন।(Aishwarya-Abhishek New Movie)
Drama Jui: বহৰি শ্বহীদ স্মৃতি ৰঙ্গমঞ্চত ‘জুই’
অসম
দৈনন্দিন বাৰ্তা
-
November 6, 2024
বহৰি শ্বহীদ স্মৃতি ৰঙ্গমঞ্চত 'জুই'(Drama Jui)। এই জুই এনেকৈ সম্প্ৰসাৰিত হৈ পৰে যে জুই চাই থকা দৰ্শকসকলে মাঘ মহীয়া জুইৰ উত্তাপ লৈহে যেন বহি আছে। যেন জুই এৰি কোনো উঠি যাব নোৱাৰে।
1
...
66
67
68
...
659
Page 67 of 659
Popular
BJP: বিজেপি দলৰ তালিকা DB NEWSৰ হাততঃ বিজেপিৰ ৫ গৰাকী বিধায়কৰ টিকট কৰ্তন
দৈনন্দিন বাৰ্তা
-
March 18, 2026