Breaking

Browsing Category

বিনোদন

প্ৰয়াত সংগীতকাৰ ৱাজিদ খানৰ পৰিয়ালৰ বিৰুদ্ধে জোৰকৈ ধৰ্ম পৰিৱৰ্তন কৰাৰ অভিযোগ পত্নীৰ

কৰণাৰ মাজতে ভাৰতৰ সংগীত জগতত মোক্ষম আঘাট সানি পৰলোক গমণ কৰা ৱাজিদ খানৰ পত্নীয়ে তুলিছে এক গুৰুতৰ অভিযোগ। বাজিদৰ মৃত্যুৰ পিছতে শহুৰৰ ঘৰে জোৰকৈ ধৰ্ম পৰিৱৰ্তন কৰিব কোৱাৰ অভিযোগ উত্থাপন কৰিছে ৱাজিদৰ খানৰ পত্নীৰ। অভিযোগ অনুসৰি ৱাজিদৰ পত্নী
Read More...

গুৱাহাটীত বৃদ্ধি পাইছে কৰ’ণা আক্ৰান্তৰ সংখ্যা

ৰাজ্যৰ ভিতৰতে গুৱাহাটীত বৃদ্ধি পাইছে কৰ’ণা আক্ৰান্তৰ সংখ্যা।শীতৰ এই সময়চোৱাত গুৱাহাটীবাসী সাৱধান হোৱা প্ৰয়োজন দেখা দিছে ।ৰাজ্যত ১৬৩জনৰ দেহত ধৰা পৰিছে কৰণা ভাইৰাছ ।কিন্তু ইয়াৰ ভিতৰত ৬১জনেই কামৰূপ মেট্ৰ’ৰ কৰণা ভাইৰাছত আক্ৰান্ত ।এতিয়ালৈকে
Read More...

জিঅ’ জেমছে মুকলি কৰিলে দুটাকৈ নতুন ব্ৰেন্ড

অনলাইন বাৰ্তা, ২৭ নৱেম্বৰ: উত্তৰ পুৰ্বাঞ্চলৰ গ্ৰহৰত্ন আৰু হীৰাৰ ব্যৱসায়ত অন্যান্য সংযোজন ঘটাই পানবজাৰস্হিত জিঅ’ জেমছ জেনুইন প্ৰাইভেট লিমিটেডে আজি মুকলি কৰে দুটাকৈ নতুন ব্ৰেন্ড ৷ মহানগৰীৰ পানবজাৰৰ স্হিত হোটেল মে’ ফ্লাৱাৰত আয়োজিত এক
Read More...

আৰম্ভ হ’ল ফিল’কাপ, ২০২০ : উদ্বোধনী খেলত ডুমডুমা মৰ্নীং ক্লাৱৰ জয়

ডিৰাক সীমান্ত, ২২ নৱেম্বৰঃ তিনিচুকীয়া জিলাৰ ফিল'বাৰী অঞ্চলৰ বহু প্ৰত্যাক্ষিত ফিল'কাপ ২০২০ আজিৰে পৰা ফিল'বাৰী হাইস্কুল খেলপথাৰত আৰম্ভ হৈছে । অসম ফুটবল সন্থাৰ স্বীকৃতি প্ৰাপ্ত ফিল'বাৰী ক্ৰীড়া সন্থাৰ উদ্যোগত আজিৰ পৰা আৰম্ভ হোৱা ২২ সংখ্যক
Read More...

এইবাৰ ভাৰতীৰ স্বামীকো গ্ৰেপ্তাৰ কৰিলে NCB-এ

বলীউদৰ বহু কেইগৰাকী তাৰকা মাদক দ্ৰৱ্য সেৱন কৰাৰ তথ্য সংবাদ মাধ্যমৰ জড়িয়তে পোহৰলৈ অহাৰ পিছত বহুকেইজন তাৰকাক বৰ্তমান আৰক্ষীয়ে জেৰা কৰাৰ লগতে গ্ৰেপ্তাৰ কিৰিছে ।NCB-এ জনপ্ৰীয় কমেড়িয়ান ভাৰতী সিংৰ বাসগৃহত অভিযান চলাই তালাচীত ভাৰতীৰ ঘৰৰ পৰা
Read More...

আছুৰ দুলীয়াজান অধিৱেশনত লোৱা হ’ল কেবাটাও সিদ্ধান্ত

সদৌ অসম ছাত্ৰ সন্থাৰ দুলীয়াজানত অনুষ্ঠিত অধিৱেশনত শুকুৰবাৰে কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । আছুৰ সদস্যৰ বয়স, বিভিন্ন সমিতিৰ কাৰ্যকাল এনে কিছু সিদ্ধান্ত প্ৰতিনিধি সভাত গ্ৰহণ কৰা হয়। অৱশ্যে পৰৱৰ্তী বৰ্ষৰ অধিৱেশনৰ পৰাহে
Read More...

জামুগুৰিহাটৰ মধুপুৰত মহেশ্বৰ বৰাৰ সোৱৰণত শিশুৰ মনোজ্ঞ অনুষ্ঠান অনুষ্ঠিত

জামুগুৰিহাট,১৬ নবেম্বৰ : বৃহত্তৰ জামুগুৰিহাটৰ মধুপুৰ গাৱৰ সমাজ কৰ্মী মহেশ্বৰ বৰাৰ সোঁৱৰণত শিশু দিৱসৰ লগত সংগতি ৰাখি কালি এখনি শিশু প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় । এগৰাকী সমাজ কৰ্মী শংকৰী কলা কৃষ্টিৰ সাধক ৰুপে খ্যাত মহেশ্বৰ বৰাৰ পুত্ৰ জোন
Read More...

টীয়কৰ কাকজানত শিশু কথাছবি ‘‘তেজিমলা’’ৰ প্ৰ’ম মুকলি

কাকজানৰ পৰা বিৰাজ বৰাঃ বৰ্তমান সময়ৰ আধুনিকতা বা যান্ত্ৰিকতাৰ ধামখুমীয়াত হেৰাই যোৱাৰ উপক্ৰম হোৱা ককা-আইতৰ মুখেৰ সাধু শুনাৰ মাদকতা, জোনাকৰ ৰাতিৰ দিনবোৰ উভটাই অনাৰ বাবে Nj production বেনাৰত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ সাধু কথাৰ আধাৰত টীয়ক
Read More...

অসমীয়া ছবিৰ কাৰণে ভাল খবৰ, ২৬ তম্ কলিকতা আন্তজাৰ্তিক চলচ্চিত্ৰ মহোত্সৱলৈ নিৰ্বাচিত ‘‘বেলকনিত ভগৱান’’

ডিজিটেল ডেস্কঃ ৰাজ্যবাসীৰ বাবে ভাল খবৰ৷ চলচ্চিত্ৰৰ পৰিচালক বিশ্বজিত বৰাৰল পৰিচালনাৰে নিৰ্মিত অসমীয়া চলচ্চিত্ৰ ‘‘বেলকনিত ভগৱান’’ “২৬ তম কলিকতা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোত্সৱৰ কাৰণে নিৰ্বাচিত হৈছে৷ ‘‘বেলকনিত ভগৱান’’ ছবিখনত মুখ্য চৰিত্ৰত অভিনয়
Read More...

জনপ্ৰিয় শিল্পী কুমাৰ চানু কোৰোনাত আক্ৰান্ত

ডিজিটেল ডেস্কঃ জনপ্ৰিয় শিল্পী কুমাৰ চানু আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত। বৰ্তমান হোম কোৱাৰেন্টাইনত থকা শিল্পীগৰাকী নিজৰ ফেচবুক পেইজত কোৰোনাত আক্ৰান্ত হোৱাৰ কথা সদৰি কৰিছে৷ শিল্পীগৰাকীৰ বিভিন্নজন অনুৰাগীয়ে তেওঁ আশু আৰোগ্য কামনা কৰিছে।
Read More...