প্ৰকৃতি

কভিড – ১৯ সংক্ৰমণে আমাক শিকাইছে প্ৰকৃতিৰ মহত্ব : বিশ্ব পৰিৱেশ দিৱসৰ ব‍্যস্ত কাৰ্য‍্যসূচীৰে কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্ত ।

কলিয়াবৰ :  কভিড - ১৯ সংক্ৰমণে আমাক শিকাইছে প্ৰকৃতিৰ মহত্ব। কভিড - ১৯ সংক্ৰমণৰ জটিল সময়ত প্ৰকৃতিৰ ভাৰসাম‍্য ৰক্ষাৰ প্ৰয়োজনীয়তা পুণৰবাৰ উচ্চাৰিত হৈছে। প্ৰকৃতিৰ প্ৰতি...

বিশ্ব পৰিবেশ দিৱস উপলক্ষে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বৰভাগ আঞ্চলিকৰ গছ পুলি ৰোপন ।

নলবাৰী আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, বৰভাগ আঞ্চলিক সমিতিৰ উদ্যোগত বৃহত্তৰ বৰভাগ অঞ্চলৰ পথৰ দাঁতিত আৰু কমাৰকুছি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজশ্ৰী বুঢ়াগোহাঞিৰ দ্বাৰা...

বিশ্ব পৰিবেশ দিৱস উপলক্ষে জাফাৰ কামৰূপ মহানগৰ জিলা সমিতিৰ বৃক্ষ ৰোপণ আৰু বিতৰণ ।

গুৱাহাটী:  বিশ্ব পৰিবেশ দিৱস উপলক্ষে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাৰ স্বাৰ্থত অসমবাসী ৰাইজক একোডালকৈ গছপুলি ৰোপণৰ বাবে জনোৱা আহ্বান প্ৰতি সহাঁৰি জনাই জাফাৰ...

ঢকুৱাখনা মহকুমাৰ বিভিন্ন স্থানত ৰোপণৰ বাবে বন বিভাগৰ ২৪ শ গছ পুলি বিতৰণ।আছুৰ পৰিৱেশ দিৱস পালন শ্বহীদ ভৱনত ।

ঢকুৱাখনা আজি ৪৮ সংখ্যক বিশ্ব পৰিৱেশ দিৱস ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে ঢকুৱাখনা মহকুমাটো বিভিন্ন দল-সংগঠন,অনুষ্ঠানে গছ পুলি ৰোপনেৰে অনুষ্ঠুপীয়া কৈ পালন কৰে। আজি ৭ বজাত...

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে নলবাৰী জিলা প্ৰশাসন আৰু ১৩৬ নং বেটেলিয়ন চি আৰ পি এফ বাহিনীৰ বৃক্ষ ৰোপণ কাৰ্যসূচী পালন ।

নলবাৰী সমগ্ৰ বিশ্বজুৰি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আজি নলবাৰী জিলাতো বিশ্ব পৰিবেশ দিৱস পালন কৰা হয় । নলবাৰী জিলা প্ৰশাসনৰ লগতে বিভিন্ন দল সংগঠনৰ...

Popular