Breaking

সকলোৱেই ওখ ! বিশ্ব অভিলেখ গঢ়া এটা পৰিয়াল…

0 63

আমি আমাৰ চাৰিওফালে বহুতো পৰিয়াল দেখিছোঁ, যাৰ প্ৰত্যেকেই যথেষ্ট ওখ। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে এটা পৰিয়ালৰ প্ৰতিজন সদস্যই ওখ৷ বিশ্ব অভিলেখ গঢ়া তেনে এটা পৰিয়ালৰ কথা জানিলে আচৰিত হ’ব লগা হয়৷ সেয়া সঁচা। আমেৰিকাৰ ‘ট্র্যাপ’ পৰিয়ালে এই অভিলেখ গঢ়িছে৷ তেনে অভিলেখটোনো কি? পৃথিৱীৰ আটাইতকৈ ওখ পৰিয়াল।

তেওঁলোকৰ পৰিয়ালৰ সকলো ওখ। ট্ৰেপ পৰিয়ালটোৱে ইতিমধ্যে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত নিজকৰ নাম লিপিবদ্ধ কৰিছে। পৰিয়ালটোৰ পাঁচজন সদস্য হৈছে স্কট, ক্ৰিচি, ছাভানা, মলি আৰু এডাম। পৰিয়ালৰ সদস্যসকলৰ গড় উচ্চতা হৈছে 6 ফুট 8 ইঞ্চি।

Leave A Reply