Breaking

নায়িকাৰ ৰূপৰ ৰহস্য সকলোৱে জানে ! আজি কম বলিউদৰ তিনি মাতৃৰ উজ্বল ছালৰ ৰহস্যৰ বিষয়ে…

0 27

বলিউদৰ তিনিগৰাকী মাতৃৰ উজ্বল ছালৰ ৰহস্য কি জানেনে? কি খাই, কি লগাই মুখত আলিয়া, প্ৰিয়ংকা আৰু সোণমে। নায়িকাৰ ৰূপৰ ৰহস্য কি? উজ্বল, মসৃণ ছাল সকলোৱে বিচাৰে। কিন্তু সকলোৱে জানো নে ছালৰ অধিকাৰী হয়। কিন্তু নায়িকাবোৰ কেনেকৈ ইমান উজ্বল ছালৰ গৰাকীৰ হয়, এনে খবৰ সহজে পোহৰলৈ নাহে। ব্যক্তিগত জীৱনৰ বিষয়ে তেওঁলোকে মুকলিকৈ কয় যদিও নিজৰ ৰুটিন প্ৰকাশ কৰিব নিবিচাৰে। কিন্তু কেতিয়াবা গোপনীয়তা প্ৰকাশ পায়। জানো আহক নায়িকাৰ ৰূপৰ ৰহস্য কি…

আলিয়া ভাটৰ মসৃণ ছালৰ ৰহস্য বৰফৰ মাজত লুকাই আছে। প্ৰতিদিনে ৰাতিপুৱা বৰফ এটুকুৰা লৈ গোটেই মুখখন ঘঁহি দিব। তাৰ পিছত অলপ ক্ৰীম লগাব। মেকআপ আৰম্ভ কৰাৰ আগতেই মুখত বৰফ ঘঁহিব।

প্ৰিয়ংকা চোপ্ৰাৰ মেকআপ ৰুটিনৰ অন্যতম পদক্ষেপ হ’ল মইশ্ব’ৰাইজিং। তেওঁ গা ধোৱাৰ পিছত বা ঘৰৰ পৰা ওলোৱাৰ আগতে মইশ্ব’ৰাইজাৰৰ বাহিৰে আন একো প্ৰয়োগ নকৰে। প্ৰিয়ংকাৰ মতে মসৃণ ছাল হ’ল সৌন্দৰ্য্যৰ সংজ্ঞা, ডাঠ মেকআপ নহয়।

যদি শ্বুটিং ৰাতি হয়, তেন্তে সোণম কাপুৰে ৰাতিপুৱাৰ মেক-আপৰ ওপৰত অতিৰিক্ত গুৰুত্ব দিয়ে। হেভী মেকআপেৰে শ্বুটিং কৰিলে— ছালত প্ৰভাৱ পৰে। গতিকে, মইশ্ব’ৰাইজাৰ হৈছে সোণমৰ একমাত্ৰ আশা ছালখন জীয়াই ৰাখিবলৈ। তাৰ লগতে তেওঁ কিছুমান ঘৰুৱা ফেচ পেককো বিশ্বাস কৰে।


Leave A Reply