Breaking

‘মোৰ পিতৃয়ে সাক্ষাৎকাৰত কোৱা সকলো কথা মিছা, তেওঁ মোৰ আৰু পত্নীৰ ভাৱমূৰ্তি বিনষ্ট কৰা প্ৰয়াস কৰিছে’ ! পিতৃৰ মন্তব্যৰ প্ৰতিক্ৰিয়া ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজাৰ…

0 52

‘মোৰ পিতৃয়ে সাক্ষাৎকাৰত কোৱা সকলো কথা মিছা, তেওঁ মোৰ আৰু পত্নীৰ ভাৱমূৰ্তি বিনষ্ট কৰা প্ৰয়াস কৰিছে’। পিতৃৰ মন্তব্যৰ প্ৰতিক্ৰিয়া ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজাৰ।

উল্লেখ্য, ৰিবাবাই মোৰ ল’ৰাক যাদু কৰিলে, তেওঁলোকৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই- বুলি এটা সাক্ষাৎকাৰত মন্তব্য কৰিছিল ৰবীন্দ্ৰ জাদেজাৰ পিতৃ অনিৰুদ্ধ সিঙে।

পিতৃৰ অভিযোগ নস্যাৎ ৰবীন্দ্ৰ জাদেজাৰ। পিতৃৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ ক্ৰিকেটাৰগৰাকীৰ।

Leave A Reply