Breaking

ধুবুৰী জিলাৰ গোলকগঞ্জৰ মণ্ডলীত ভয়ংকৰ পথ দুৰ্ঘটনা ! পথ দুৰ্ঘটনাত নিহত এজন আৰু আহত দুজন…

0 25

📌 ধুবুৰী জিলাৰ গোলকগঞ্জৰ মণ্ডলীত ভয়ংকৰ পথ দুৰ্ঘটনা।

📌পথ দুৰ্ঘটনাত নিহত এজন আৰু আহত দুজন।

📌 দুৰ্ঘটনাত পতিত হোৱা গাড়ীখনৰ নম্বৰ As 17 N 9619 বুলি জানিব পৰা গৈছে।

📌 দুৰ্ঘটনাত পতিত হোৱা বাইক আৰোহী কেইজনৰ ঘৰ বিৰাট নগৰ চাৰিআলিত বুলি জানিব পৰা গৈছে।

📌নিয়ন্ত্ৰণ হেৰুৱাই আপাছি বাইক খন গছত খূন্দা মাৰাত দুৰ্ঘটনা সংঘটিত হয়।

📌নিহত মিৰাজ আলি প্ৰধানীৰ ঘৰ উত্তৰ ৰাইপুৰত বুলি জানিব পৰা গৈছে।

📌স্থানীয় ৰাইজ আৰু গোলকগঞ্জ আৰক্ষীয়ে উপস্থিত হৈ আহত দুজনক ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । 

Leave A Reply