November 5, 2023 শোণিতপুৰৰ ভেৰগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা… Share FacebookTwitterWhatsAppTelegramKooEmail শোণিতপুৰৰ ভেৰগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত ৩জনকৈ লোক। তীব্ৰবেগী ট্ৰাক আৰু চাৰিচকীয়া বাহনৰ মাজত সংঘৰ্ষৰ ফলত এই ঘটনা। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ৪গৰাকী লোক। Author: দৈনন্দিন বাৰ্তা Related Articles মিৰ্জাত সদৌ অসম কবি সন্মিলনৰ কৃষ্ণচূড়া কবি সন্মিলন গঠন । All Assam Poet’s Association দৈনন্দিন বাৰ্তা - July 12, 2025 ধুবুৰীত ৩৫০০ বিঘা মাটিত উচ্ছেদ অভিযানঃ উচ্ছেদিত জনতাৰ কাষত অখিল গগৈ, নিৰুদ্দেশ সাংসদ ৰকীবুল হুছেইন!Akil Gogi and Rakibul Hussain দৈনন্দিন বাৰ্তা - July 8, 2025 অর্চিতা ফুকনৰ জীৱনী, বয়স, উচ্চতা, ভাইৰেল ভিডিঅ’, পৰিয়ালৰ নজনা বহু কথা । Archita Phukan দৈনন্দিন বাৰ্তা - July 8, 2025