Breaking

পশ্চিম যোৰহাটত ভয়ংকৰ পথ দুৰ্ঘটনা…

0 189

পশ্চিম যোৰহাটত ভয়ংকৰ পথ দুৰ্ঘটনা । পশ্চিম যোৰহাটৰ পুৰণিমাটি সত্ৰৰ সমীপত সংঘটিত হয় । এই পথ দুৰ্ঘটনা যাত্ৰীবাহী ৰখাই থোৱা মেজিক এখনক খুন্দা মাৰে তীব্ৰবেগী ট্ৰাকে ।

যোৰহাটৰ পৰা একেদিশে আহি থকা অৱস্হাত এই দুৰ্ঘটনা । ট্ৰাকখনে খুন্দা মৰাৰ ফলত যাত্ৰীবাহী মেজিকখন বাগৰি পৰে এটি পুখুৰীত । যাত্ৰীবাহী মেজিকখনত ৭জন লোক আছিল । ৭ জনক চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। জানিব পৰা মতে ৩জনৰ অৱস্হা সংকটজনক।

Leave A Reply