Breaking

নলবাৰী ক্ৰীড়া সন্থাৰ উদ্যোগত বিজয়ী দলক সম্বৰ্দ্ধনা জে কে বৰুৱা ট্ৰফীৰ

0 2,024

১১ অক্টোবৰ ২০২০-২১ বৰ্ষৰ গোলাঘাটত হৈ যোৱা ১৯ বছৰৰ অনুৰ্দ্ধৰ আন্তঃজিলা জে কে বৰুৱা ট্ৰফী প্ৰথমবাৰৰ বাবে চেম্পিয়ন হৈ নলবাৰীলৈ গৌৰৱ কঢ়িয়াই অনা দলটিক কালি  নলবাৰী নাট্যমন্দিৰত সম্বৰ্দ্ধনা জনোৱা হ’য় । বিশিষ্ট ক্ৰীড়া সংগঠক নগেন ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা আৰু নলবাৰী ক্ৰীড়া সন্থাৰ সম্পাদক মনোজ চৌধুৰীয়ে উদ্দেশ্য বাখ্যা কৰা সভাখনৰ আঁ‌ত ধৰে ক্ৰীড়া সংগঠক সত্যেন শৰ্মা আৰু চন্দন হালৈয়ে । সভাত অসম ক্ৰীকেট সন্থাৰ সাধাৰন সম্পাদক দেৱজিৎ শইকীয়া , প্ৰাক্তন সাধাৰন সম্পাদক বিকাশ বৰুৱা , বিশিষ্ট ক্ৰীড়া সংগঠক গনেশ তামুলী , প্ৰতীম হাজৰিকাই ক্ৰীড়াৰ ওপৰত বক্তব্য প্ৰদান কৰে । সভাত জিলা খনৰ কেবাগৰাকী ক্ৰীড়া সংগঠকসহ খেলুৱৈ নিশান্ত ভৰালীক সম্বৰ্দ্ধনা জনায় ।

Leave A Reply