আজি বিশ্বকাপ ফুটবলৰ ফাইনেল।
অনুৰাগীক মন্ত্ৰমুগ্ধ কৰিবলৈ সাজু লিয়নেল মেছি।
ফাইনেলত আৰ্জেণ্টিনা মুখামুখি হ’ব স্পেইন।
১৬ বছৰে বিশ্বকাপ জয়ৰ আশাত বন্দী স্পেইন।
নিউয়ৰ্কৰ মেটলাইফ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব মেচখন।
ভাৰতীয় সময় অনুসৰি নিশা ১২:৩০ বজাৰ পৰা আৰম্ভ হ’ব মেচ।

