Breaking

সংসদৰ ঘটনাত জড়িত পঞ্চমজন অভিযুক্তক গ্ৰেপ্তাৰ…

0 59

সংসদৰ ঘটনাত জড়িত পঞ্চমজন অভিযুক্তক গ্ৰেপ্তাৰ।

কেইবাটাও ধাৰাৰ অধীনত ৰুজু কৰা হৈছে গোচৰ। বৰ্তমানেও পলাতক ১জন।

কটকটীয়া নিৰাপত্তাৰ বেহু ভাঙি সদনত প্ৰৱেশ কৰিছিল এজন যুৱক- যুৱতীয়ে৷

Leave A Reply