Breaking

২০ মে’ত দেশত পঞ্চম পৰ্যায়ৰ নিৰ্বাচন ! পঞ্চম পৰ্যায়ৰ নিৰ্বাচনতে ভাগ্য নিৰ্ণয় হ’ব বহু কেইগৰাকী হেভীৱেট প্ৰাৰ্থীৰ…

0 18

২০ মে’ত দেশত পঞ্চম পৰ্যায়ৰ নিৰ্বাচন।পঞ্চম পৰ্যায়ৰ নিৰ্বাচনতে ভাগ্য নিৰ্ণয় হ’ব বহু কেইগৰাকী হেভীৱেট প্ৰাৰ্থীৰ। ৰায়বেৰেলী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰাহুল গান্ধীৰ নিৰ্ণয় হ’ব ভাগ্য । ৰাহুল গান্ধীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতাত নামিছে বিজেপি প্ৰাৰ্থী দীনেশ প্ৰতাপ সিং।

দেশৰ ৬ খন ৰাজ্য, ২ কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৯ টা সমষ্টিত হ’ব ভোটগ্ৰহণ । পশ্চিম বংগৰ ৭খন আসন,মহাৰাষ্ট্ৰৰ ১৩খন আসন,


ওড়িশাৰ ৫ খন আসন, উত্তৰ প্ৰদেশৰ ১৪খন আসন, ঝাৰখণ্ডৰ ৩খন আসন, বিহাৰৰ ৫খন আসন । জম্মু কাশ্মীৰ আৰু লাডাখৰ এখনকৈ আসনত হ’ব ভোটযুদ্ধ।

Leave A Reply