Breaking

তামুলপুৰৰ গান্ধীবাৰীত অগ্নিকাণ্ডৰ ফলত ১০বিঘা চিত্ৰনলা খেতি ভষ্মিভূত…

0 65

তামুলপুৰৰ গান্ধীবাৰীত অগ্নিকাণ্ড, অগ্নিকাণ্ডৰ ফলত ১০বিঘা চিত্ৰনলা খেতি ভষ্মিভূত।

তামুলপুৰ জিলাৰ অন্তৰ্গত গান্ধীবাৰীত আজি সৰস্বতী পূজাৰ আনন্দ উল্লাসৰ মাজতে অঘটন। জানিব পৰা মতে গান্ধীবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পিছফালৰ বনাঞ্চলত অগ্নিকাণ্ড।

অগ্নিকাণ্ডৰ ফলত ১০ বিঘা চিত্ৰনলা খেতিৰ বাগান ভষ্মীভুত হয়। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত এক হাহাঁকাৰ পৰিস্থিতিৰ সৃষ্টি।

গাঁৱৰ ৰাইজে অগ্নি নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে। বৰ্তমানলৈ জুইৰ সূত্ৰপাতৰ কাৰণ জানিব পৰা হোৱা নাই ৷

Leave A Reply