Breaking

গুৱাহাটী মহানগৰীৰ ইছলামপুৰত নিশা অগ্নিকাণ্ড সংঘটিত…

0 25

মহানগৰীৰ ইছলামপুৰত নিশা অগ্নিকাণ্ড। এটা প্লাষ্টিকৰ কাৰখানাত হঠাৎ লাগিল জুই।

কাৰখানাটোত আছিল প্লাষ্টিকৰ লগতে বহু ৰড-লোহাৰ সামগ্ৰী।

ভস্মীভূত জুগ্নো নামৰ ব্যৱসায়ীজনৰ কাৰাখানাটো। পূৰ্বেও কেইবাবাৰো কাৰখানাটোত লাগিছিল জুই।

Leave A Reply