Breaking

নিশা মহানগৰীৰ পাঞ্জাবাৰীত অগ্নিকাণ্ড ! দপদপকৈ জ্বলিল পথৰ কাষত ৰখাই থোৱা এখন চিটী বাছ…

0 93

নিশা মহানগৰীৰ পাঞ্জাবাৰীত অগ্নিকাণ্ড। দপদপকৈ জ্বলিল পথৰ কাষত ৰখাই থোৱা এখন চিটী বাছ।

দুৰ্বৃত্তই বাছখনত অগ্নিসংযোগ কৰাৰ সন্দেহ বাছখনৰ চালকৰ।

ভস্মীভূত চিটী বাছখনৰ নম্বৰ AS 01 JC 5913 । বিগত প্ৰায় দুমাহ ধৰি সেই স্থানত সদায় ৰখা থৈছিল বাছখন।

Leave A Reply