Breaking

ভাইজানৰ ঘৰৰ সন্মুখত ভয়ংকৰ কাণ্ড কৰা দুজনক গ্ৰেপ্তাৰ…

0 32

অভিনেতা তথা ভাইজান ছলমান খানৰ বান্দ্ৰাস্থিত গেলেক্সী এপাৰ্টমেণ্টৰ বাসগৃহৰ সন্মুখত গুলীবৰ্ষণ কৰা দুজনক গ্ৰেপ্তাৰ ।

চিচি টিভিৰ ভিজুৱেলৰ ভিত্তিত অভিযান চলাই সোমবাৰে গুজৰাটত ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰে দুয়োজনক।

আৰক্ষীৰ মন্তব্য অনুসৰি দুয়োগৰাকীৰ ঘৰ বিহাৰত। দুয়োকে আজি মুম্বাই আদালতত হাজিৰ কৰোৱা হ’ব।

Leave A Reply