জিম্বাবুৱেৰ বিপক্ষে পাঁচখনীয়া শৃংখলাটোত কেইবাগৰাকীয়ো খেলুৱৈয়ে জাতীয় দলৰ হৈ সুযোগ পাব
প্লেয়িং ইলেভেনত স্থান পাব ৰিয়ান পৰাগে!
অভিষেক শৰ্মা আৰু শুভমন গিলে ভাৰতৰ বেটিং মুকলি কৰিব
তিনি নম্বৰ স্থানত থাকিব গাইকোৱাড
চতুৰ্থ স্থানত থাকিব ৰিয়ান পৰাগ
সম্ভাৱ্য প্লেয়িং ইলেভেনঃ শুভমন গিল, অভিষেক শৰ্মা, ৰুতুৰাজ গায়কোৱাড
ৰিয়ান পৰাগ, ৰিংকু সিং, জিতেশ শৰ্মা (উইকেটৰক্ষক)
ৱাশ্বিংটন সুন্দৰ, ৰবি বিষ্ণৈ, খলিল আহমেদ, মুকেশ কুমাৰ আৰু আভেশ খান