Breaking

বিটিচি বিধানসভাত গৃহীত পাঁচখন বিধেয়ক

0 32

বৃহস্পতিবাৰে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল বিধান সভাৰ শৰৎ কালীন অধিৱেশনত পাঁচখন বিধেয়ক গৃহীত হৈছে।

গৃহীত হোৱা বিধেয়কবোৰ নিম্নলিখিত ধৰণৰ-

১. বড়োলেণ্ড বাছনি বিধেয়ক-২০২১ (বিএছবি)
২. বড়োলেণ্ড ৰিভলভিং ফাণ্ড (বিআৰএফ) বনআৰু বন্যপ্ৰাণী-২০২১ বিধেয়ক
৩. বড়োলেণ্ড চিকিৎসা উপস্থিতি বিল-২০২১
৪. বড়োলেণ্ড আইনী মিটাৰোলজিকেল এনফৰ্চমেণ্ট বিল-২০২১
৫. বড়োলেণ্ড বজাৰ আৰু মেলা (ব্যৱস্থাপনা আৰু নিয়ন্ত্ৰণ) বিল -২০২১

Leave A Reply