Breaking

সাগৰীয় ঘূৰ্ণি টৰ্ণেডোত ৫জনকৈ লোকৰ মৃত্যু দক্ষিণ চীনৰ গুয়াংঝৌত…

0 19

দক্ষিণ চীনৰ গুয়াংঝৌত সাগৰীয় ঘূৰ্ণিৰ কালৰূপ।

সাগৰীয় ঘূর্ণি টর্নেডোেত ৫জনকৈ লোকৰ মৃত্যু।

আনহাতে গুৰুতৰভাৱে আহত হৈছে ৩৩জনকৈ লোক।

সাগৰীয় ঘূৰ্ণি টৰ্ণেডোত ক্ষতিগ্রস্ত হৈছে ১৪১টাতকৈও অধিক কাৰখানা।

Leave A Reply