Breaking

চাপৰত অব্যাহত চোৰাং গো-সৰবৰাহকাৰী বিৰুদ্ধে আৰক্ষীৰ অভিযানত জব্দ পাঁচটাকৈ চোৰাং গৰু…

0 24

চাপৰত অব্যাহত চোৰাং গো-সৰবৰাহকাৰী বিৰুদ্ধে আৰক্ষীৰ অভিযান।

চাপৰ আৰক্ষীৰ অভিযানত নিশা জব্দ পাঁচটাকৈ চোৰাং গৰু।

চাপৰৰ জালিকুৰা চম্পাৱতী নৈ’ৰ কাষত জব্দ কৰে গৰু কেইটা।

আটক কৰে এজন ব্যক্তি, ঘটনা সংক্ৰান্তত আৰক্ষীৰ তদন্ত অব্যাহত।

Leave A Reply