প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৱাটছএপ চেনেলৰ Followers ৫০ লাখৰ ঘৰ অতিক্ৰম…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৱাটছএপ চেনেলৰ Followers ৫০ লাখৰ ঘৰ অতিক্ৰম কৰিলে।

৫০ লাখৰ ঘৰ অতিক্ৰম কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ WhatsApp চেনেলৰ Followersয়ে৷

অতি কম সময়ৰ ভিতৰত ৫০ লাখ Followers অতিক্ৰম কৰা প্ৰথমগৰাকী ব্যক্তিহিচাপে পৰিগণিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷

Followers বৃদ্ধিৰ পাছতেই সকলোকে কৃতজ্ঞতা জ্ঞাপন প্ৰধানমন্ত্ৰী মোদীৰ৷

Related Articles