Breaking

শোণিতপুৰ লখৰা কেন্দ্ৰীয় বিদ্যালয়ত ফুটবল খেল প্ৰতিযোগিতা আয়োজন

0 1,317

অসম ৰাইফলছ মুখ্য কাৰ্যালয় 21চেক্টৰৰ অধিনত অসম ৰাইফলছৰ লখৰা বেটেলিয়ন আৰু শোণিতপুৰ লখৰা কেন্দ্ৰীয় বিদ্যালয় সৈতে ইন্সপেক্টৰ জেনেৰেল অসম ৰাইফলছ (পূৱ)য়ে ক্লাষ্টাৰ পৰ্যায়ৰ কেভি ফুটবল প্ৰতিযোগিতাৰ খেল আয়োজন কৰিছে।
মঙলবাৰৰ পৰা আৰম্ভ হোৱা এই ফুটবল খেল প্ৰতিযোগিতা খনত গুৱাহাটী ৫ খনতকৈ অধিক কেন্দ্ৰীয় বিদ্যালয় প্ৰায় ৮০ জন ছাত্ৰই অংশগ্ৰহণ কৰিছে।

এই ফুটবল প্ৰতিযোগিতা খেল খন তিনিদিনীয়াকৈ অহা ৩০ জুনলৈকে অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে।
এই প্ৰতিযোগিতা খেল খন অসম ৰাইফলছৰ কমাণ্ডেণ্ট লখৰা আৰু কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষই উদ্বোধনী কৰে। উদ্বোধনী পিছতে কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষই।

ভাষণ প্ৰশংগত উল্লেখ কৰে যে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিটো দলৰ প্ৰতিজন খেলুৱৈ নিজৰ মনোভাৱৰ সৈতে মেচ খন খেলিবলৈ চেষ্টা কৰক এই প্ৰতিযোগিতা খন জুলাইৰ শেষৰ সপ্তাহত নতুন দিল্লীত অনুষ্ঠিত হ’ব।এই খেল খনত সুব্ৰোটো কাপত লখৰা প্ৰতিযোগিতা খেলৰ পৰাই এটা দল নিৰ্বাচিত হৈ কেন্দ্ৰীয় বিদ্যালয় খনলৈ শ্ৰেষ্ঠ দল হিচাপে বিজয় হৈ গৌৰৱ কঢ়িয়াই আনিব বুলি উল্লেখ কৰে।

Leave A Reply