Breaking

শিৱসাগৱৰ বৰ্ডিং খেলপথাৰত প্ৰথমবাৰৰ বাবে ঘৰচীয়া কুকুৰ পোৱালীৰ প্ৰদৰ্শনী প্ৰতিযোগিতাৰ আয়োজন…

0 27

শিৱসাগৰ জিলাৰ বৰ্ডিং খেলপথাৰত পোন প্ৰথমবাৰৰ বাবে ঘৰচীয়া কুকুৰ পোৱালীৰ প্ৰদৰ্শনী প্ৰতিযোগিতাৰ আয়োজন। Gogoi’s squad kennelৰ উদ্যোগত, পশু পালক আৰু পশু চিকিৎসা বিভাগ, শিৱসাগৰৰ সহযোগত ৪ ফেব্ৰুৱাৰীত এদিনীয়াকৈ ঘৰচীয়া কুকুৰ পোৱালিৰ প্ৰদৰ্শনী প্ৰতিযোগিতাৰ আয়োজন।

প্ৰতিযোগিতা খনিত ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তৰ পৰা বহুতো প্ৰতিযোগীৰ অংশগ্ৰহণৰ আশংকা উদ্যোক্তাসকলৰ। ভিন্ন প্ৰান্তৰ গৰাকীক সকলক প্ৰতিযোগিতা খনত নিজৰ পোহনীয়া কুকুৰতো প্ৰদৰ্শনৰ বাবে ইতিমধ্যে উদ্যোক্তা সকলে মুকলি কৰি দিছে দুটাকৈ যোগাযোগ নম্বৰ। প্ৰতিযোগিতাখনিত আপোনাৰ কুকুৰটোও অংশগ্ৰহণ কৰিবলৈ যোগাযোগ কৰিব পাৰে 9365951776 আৰু 9101886027 এই দুটা নম্বৰত।

Leave A Reply