Breaking

বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰলৈ বিৰল ঘটনা ! টাইম আউটৰ বলি হৈ পেভিলিয়নমুখী হ’ল এঞ্জেলো মেথিউছ…

0 183

১৪৬ বছৰীয়া ক্ৰিকেট বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰলৈ বিৰল ঘটনা।

টাইম আউটৰ বলি হৈ পেভিলিয়নমুখী হ’ল এঞ্জেলো মেথিউছ। এটাও বলৰ মুখামুখি নোহোৱাকৈ আউট দিলে আম্পায়াৰে।

শ্ৰীলংকা বনাম বাংলাদেশৰ মেচত ঘটিল এই অঘটন। বাংলাদেশৰ খেলুৱৈৰ আপীলৰ পাছতে এই সিদ্ধান্ত আম্পায়াৰৰ।

Leave A Reply