প্ৰথমবাৰৰ বাবে T20 বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ আফগানিস্তান।
ইতিহাস ৰচনা কৰি বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰথমবাৰৰ বাবে আফগানিস্তান।
বাংলাদেশক পৰাস্ত কৰি ছেমিত স্থান নিশ্চিত আফগানিস্তানৰ।
শ্বাসৰুদ্ধকৰ মেচত শেষ হাঁহি মাৰিলে ৰছিদ খানৰ দলে।