Breaking

বিশ্বৰ ১০০ জন আটাইতকৈ শক্তিশালী মহিলাৰ “ফৰবছ ২০২০” তালিকাত বিত্ত মন্ত্ৰী নির্মলা সীতাৰমন

0 1,549

বিত্ত মন্ত্ৰী নির্মলা সীতাৰমনে বিশ্বৰ ১০০ আটাইতকৈ শক্তিশালী মহিলাৰ“ফৰবছ 2020”তালিকাত ৪১ তম স্থান দখল কৰিছে। লগতে ভাৰতৰ বায়োফোনৰ প্ৰতিষ্ঠাপক কিৰণ মজামদাৰে তালিকাত স্থান দখল কৰিছে । কিৰণ মজুমদাৰে ৬৮সংখ্যক স্থান লাভ কৰিছে।

জাৰ্মানীৰ উপাধ্যক্ষ এঞ্জেলা মাৰ্কেলে অবিৰতভাৱে ১০ বছৰ ধৰি এই তালিকাত শীৰ্ষস্থানত আছে। উল্লেখ্য যে, আমেৰিকাৰ নৱনিৰ্বাচিত উপৰাষ্ট্ৰপতি কমলা হেৰিছেও এই তালিকাত স্থান লাভ কৰিছে।

ফৰ্বছৰ মতে, এই তালিকাত ১০জন ৰাষ্ট্ৰপতি, ৩৮ গৰাকী চি ই অ’ আৰু মনোৰঞ্জনৰ সৈতে জড়িত ৫ গৰাকী মহিলাক অন্তৰ্ভুক্ত কৰা হৈছে।

Leave A Reply