Breaking

দেশত বিলুপ্তি ঘটা চিতাৰ পুনৰ প্ৰৱৰ্তনৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পৰিকল্পনামৰ্মে ১১ জনীয়া সমিতি গঠন…

0 69

দেশত বিলুপ্তি ঘটা চিতাৰ পুনৰ প্ৰৱৰ্তনৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পৰিকল্পনামৰ্মে আফ্ৰিকান দেশৰ পৰা ভাৰতলৈ আমদানি কৰা হৈছিল চিতাৰ।

আমদানি ঘটোৱা এই চিতাসমূহ মধ্য প্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰা হৈছিল।

কিন্তু কেন্দ্ৰৰ এই পৰিকল্পনাত নামি আহিছে বাধা। কুনোত মুকলি কৰা চিতাৰ এইপৰ্যন্ত তিনিটা প্ৰাপ্তবয়স্ক চিতা আৰু তিনিটা নৱজাত পোৱালীৰ মৃত্যু ঘটিছে।

ইয়াৰ ফলশ্ৰুতিত চিতাৰ বাসস্থান আৰু বন্যপ্ৰাণী ব্যৱস্থাপনাৰ উপযুক্ততা সম্পৰ্কে প্ৰশ্ন উত্থাপন হৈছে।

Leave A Reply