Breaking

“কুটুম্ব সুৰক্ষা পৰিষদ”ৰ নৱ-নিৰ্বাচিত কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সমিতি গঠন

0 370

গুৱাহাটীৰ পানবজাৰস্থিত শ্ৰীশ্ৰী শুক্ৰেশ্বৰ দেৱালয় প্ৰেক্ষাগৃহত আজি এখন সভা অনুষ্ঠিত হয়৷ উক্ত সভাত “কুটুম্ব সুৰক্ষা পৰিষদ”ৰ নৱ-নিৰ্বাচিত কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সমিতি গঠন কৰাৰ লগতে আজি পৰিষদৰ সাংগঠনিক সংবিধান খনো গৃহীত কৰা হয়।

কুটুম্ব সুৰক্ষা পৰিষদৰ কেন্দ্ৰীয় সমিতিখন এনেধৰণৰঃ

কেন্দ্ৰীয় সভাপতি:


সত্য ৰঞ্জন বৰা, চাণক্যপীঠ, গুৱাহাটী
কাৰ্যকৰী সভাপতি:
স্বপন দাস, প্ৰাক্তন প্ৰচাৰক, RSS, হোজাই

উপ-সভাপতি:
দিলীপ শৰ্মা, অৱসৰ প্ৰাপ্ত শিক্ষক, নলবাৰী
অকন শ‌ইকীয়া, সমাজ কৰ্মী, বিশ্বনাথ

প্ৰধান সম্পাদক:
বলেন দাস, কামৰূপ
যুটিয়া সম্পাদক:
পম্পল বৰা, শোণিতপুৰ
শৈলেন দাস, গুৱাহাটী

মুখ্য সাংগঠনিক সম্পাদক:
সুধীৰ সিংহা, চৰাইদেউ
সাংগঠনিক সম্পাদক:
দিগন্ত দাস, কামৰূপ
বিকি তাঁতী, যোৰহাট

বিত্তীয় সম্পাদক:
বিকাশ (ডন) বৰদলৈ, গুৱাহাটী

মুখ্য প্ৰচাৰ সম্পাদক:
বিৰিঞ্চি গোহাঁই, শিৱসাগৰ
প্ৰচাৰ সম্পাদক:
মিতালী চৌধুৰী, গুৱাহাটী
পল্লৱ কোঁৱৰ, নগাঁও
কৌশিক বৈশ্য, নলবাৰী

মুখ্য সম্পাদক, স্বাৱলম্বিতা আৰু সাংস্কৃতিক বিভাগ
পংকজ কলিতা, কামৰূপ
সম্পাদক:
সাগৰ স্বৰগীয়াৰী, বৰপেটা
বিশাল মেধী, গুৱাহাটী

মুখ্য সম্পাদক, প্ৰকাশন বিভাগ:
হিৰকজ্যোতি শালৈ, নলবাৰী
সম্পাদক:
কিশোৰ শৰ্মা, গুৱাহাটী

মুখ্য সম্পাদক, আধ্যাত্মিক আৰু বৌদ্ধিক উত্তৰণ বিভাগ:
ড° উচ্চাৰণ ডেকা, অৱসৰ প্ৰাপ্ত অসম প্ৰশাসনীয় বিষয়া, গুৱাহাটী

মুখ্য সম্পাদক, স্বচ্ছতা আৰু বহনক্ষম উন্নয়ণ বিভাগ:
ৰত্নকান্ত নাথ, মৰিগাঁও
সম্পাদক:
নিকুঞ্জ মণ্ডল, মৰিগাঁও
যামিনী মোহন, চৰাইদেউ

আইন উপদেষ্টা:

তাপস কুমাৰ মিশ্ৰ, জ্যেষ্ঠ অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয়।

১৪ এপ্ৰিল ২০২৩ : “গৰু বিহু” উদযাপন সমিতি গঠন

সভাপতি: বিকাশ ডন বৰদলৈ
সা: সম্পাদক: চৌধুৰী, বিশাল ডেনী
সদস্য সমূহ: বলেন দাস, পংকজ কলিতা, সুধীৰ সিংহা, কিশোৰ শৰ্মা, ৰত্নকান্ত নাথ আৰু শৈলেন বেকাৰ।

২৬ মে — “কুটুম্ব সুৰক্ষা পৰিষদ”ৰ প্ৰতিষ্ঠা দিৱস উদযাপন সমিতি গঠন।

আহ্বায়ক:
বিৰিঞ্চি গোহাঁই, শিৱসাগৰ
সহ-আহ্বায়ক:
সুধীৰ সিংহা, চৰাইদেউ
যামিনী মোহন, চৰাইদেউ
বিকি তাঁতী, যোৰহাট
ৰাজ ৰয়, যোৰহাট

উল্লখ্য যে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ যৌথ সহযোগত “কুটুম্ব সুৰক্ষা পৰিষদ”ৰ প্ৰতিষ্ঠা দিৱস আয়োজন কৰা হ’ব বুলি জানিব পৰা গৈছে।

Leave A Reply