Breaking

আলোচনাত মিলিত অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী, Dr. JKSH Medical College Students Unionৰ সাধাৰণ সম্পাদক আৰু সভাপতি

0 2,039

আজি ডাঃ জীৱকান্ত শইকীয়া হোমিঅ’পেথিক চিকিৎসা মহাবিদ্যালয় ও চিকিৎসালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি দেৱজিৎ বৈশ্য আৰু সাধাৰণ সম্পাদক অভিমন্যু বৰা যোৰহাট বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী দেৱক লগ কৰি এলানি আলোচনাত মিলিত হয়।

Leave A Reply