Breaking

কংগ্ৰেছ ত্যাগ মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক চৱনৰ

0 25

কংগ্ৰেছ ত্যাগ মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক চৱনৰ।

সাধাৰণ নিৰ্বাচন আৰু ৰাজ্যিক নিৰ্বাচনৰ কেইমাহমান পূৰ্বে মহাৰাষ্ট্ৰত কংগ্ৰেছ দলৰ মোক্ষম আঘাত।

বিজেপিৰ সৈতে আলোচনাত মিলিত হোৱাৰ খবৰৰ মাজতে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা প্ৰাক্তন সাংসদ অশোক চাৱনে কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰে।

জ্যেষ্ঠ নেতাগৰাকীয়ে ৰাজ্যসভাৰ টিকট লাভ কৰিব পাৰে বুলি সূত্ৰই প্ৰকাশ কৰিছে।

Leave A Reply