Breaking

কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষা ছোনিয়া গান্ধী স্বাস্থ্যৰ অৱনতি! দিল্লী হাস্পতালত ভৰ্তি

0 79

কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষা ছোনিয়া গান্ধী স্বাস্থ্যৰ অৱনতি! দিল্লী হাস্পতালত ভৰ্তি…জ্বৰৰ বাবে দিল্লী হাস্পতালত ভৰ্তি কৰোৱা হৈছে ছোনিয়া গান্ধীক। জানুৱাৰী মাহত ছোনিয়া গান্ধীক ভাইৰাছজনিত শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণৰ চিকিৎসাৰ বাবে দিল্লীৰ এখন চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল।ব্ৰংকাইটিছৰ বাবে কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীক দিল্লীৰ ছাৰ গংগা ৰাম চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। এক বিবৃতিত চিকিৎসালয়খনে ৭৬ বছৰীয়া ছোনিয়া গান্ধী সুস্থিৰ বুলি জানিবলৈ দিয়ে।


চিকিৎসালয়ৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, কালি ছোনিয়া গান্ধীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

Leave A Reply