Breaking

মিজোৰামৰ নতুন মুখ্যমন্ত্ৰী হ’ব সুদক্ষ প্ৰাক্তন IPS লালদুহোমা…

0 71

মিজোৰামৰ নতুন মুখ্যমন্ত্ৰী হ’ব সুদক্ষ প্ৰাক্তন IPS লালদুহোমা।

ছাৰ্শ্বিপ সমষ্টিৰ পৰা ZPMৰ প্ৰাৰ্থী হিচাপে জয়লাভ লালদুহোমাৰ।

চৰকাৰ গঠনৰ ক্ষেত্ৰত জনাদেশ লাভ কৰিলে লালদুহোমাই। বৰ্তমানৰ মুখ্যমন্ত্ৰী জোৰাম থাংগাক পৰাস্ত কৰে লালদুহোমাই।

Leave A Reply