Breaking

জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাই ৰাজৌৰীত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক লৈ এক ডাঙৰ বক্তব্য আগবঢ়াইছে

0 53

জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাই ৰাজৌৰীত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক লৈ এক ডাঙৰ বক্তব্য আগবঢ়াইছে। সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিছে ৪ জন সংখ্যালঘু লোকক।

এই সন্দৰ্ভত আব্দুল্লাই ক’লে, “নিৰীহ লোকক হত্যা কৰা হৈছে। সমগ্ৰ দেশতে যি ধৰণৰ ঘৃণা বিয়পি পৰিছে তাৰ ফল। আজি মুছলমান আৰু হিন্দু পৃথকে পৃথকে ডাঙৰ-দীঘল কৰা হৈছে। দায়ী কোন? ঘৃণা কোনে বিয়পাইছে ? গৃহ মন্ত্ৰালয়!” উপায় বিচাৰি উলিয়াব লাগে। “

Leave A Reply