Breaking

প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু কুমাৰ দে’ৰ দেহাৱসান…

0 1,586

দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত আছিল প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু কুমাৰ দে’। GMCHত নিশা ১.৩০ মিনিটত শেষ নিশ্বাস ত্যাগ কৰিলে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে।

দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল প্ৰাক্তন মন্ত্ৰীগৰাকী। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৪ বছৰ।

খবৰ অনুসৰি আজি হোজাইলৈ লৈ যোৱা হ’ব প্ৰাক্তন মন্ত্ৰীগৰাকীৰ নশ্বৰদেহ।

Leave A Reply