August 6, 2024 মুকলি আকাশৰ তললৈ বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়া… Share FacebookTwitterWhatsAppTelegramKooEmail মুকলি আকাশৰ তললৈ বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়া। প্রাক্তন প্রধানমন্ত্রী বেগম খালেদা জীয়া ৬বছৰে বন্ধী হৈ আছিল। বাংলাদেশৰ পট পৰিৱৰ্তনৰ পিছতে BNPৰ নেত্ৰী খালেদাৰ মুক্তিৰ নিৰ্দেশ ৰাষ্ট্ৰপতিৰ। Author: দৈনন্দিন বাৰ্তা Related Articles সিন্ধুৰ পানী বন্ধ কৰাক লৈ পাক্ জলবায়ু মন্ত্ৰী মুছাদ্দিক মালিকে ভাৰতক দিলে ভাবুকি দৈনন্দিন বাৰ্তা - July 1, 2026 ভাৰতত নিৰ্মাণ হ’ব প্ৰথমটো ওপঙা বিমান বন্দৰ দৈনন্দিন বাৰ্তা - July 1, 2026 ট্ৰাম্পে মহিলা সাংবাদিকক দিব লাগিব ক্ষতিপূৰণ ৫০ লাখ ডলাৰ দৈনন্দিন বাৰ্তা - July 1, 2026