Breaking

মহাপুৰুষ শংকৰদেৱৰ ৫৭৪সংখ্যক আৰ্বিভাৱ তিথিত অংশগ্ৰহণ ৰাজ্য প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

0 577

মহাপুৰুষ শংকৰদেৱৰ ৫৭৪সংখ্যক আৰ্বিভাৱ তিথিত অংশগ্ৰহণ ৰাজ্য প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ। আজি কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড় চহৰৰ জে লেনত থকাৰ মিলন নগৰ নামঘৰত উপস্থিত হৈ মহাপুৰুষজনাৰ আৰ্বিভাৱ তিথিত অংশগ্ৰহণ কৰে।

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে চাকি বন্তি জ্বলাই মহাপুৰুষজনাৰ কৰ্মআদৰ্শক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ নতুন প্ৰজন্মক উদ্যোগ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।গুৰুজনাৰ অমৰ বাণীসমূহ বিশ্ব প্ৰতিটো প্ৰান্তৰত বিস্তাৰ কৰিবলৈ ৰাজ্য সকলো শ্ৰেণীৰ নাগৰিকক আগবাঢ়ি আহিবলৈ আহ্বান জনায়l

ডিব্ৰুগড়ৰ পৰা আইনুল আহমেদৰ প্ৰতিবেদন

Leave A Reply