Breaking

চতুৰ্থ জাপানীজ চলচিত্ৰ মহোৎসৱ

0 71

মৰিগাঁও, ১ ডিচেম্বৰ : অহা ৪ ডিচেম্বৰ ২০২০ ইং তাৰিখৰ পৰা ১৩ ডিচেম্বৰ ২০২০ ইং তাৰিখলৈ জাপান ফাউণ্ডেশ্যনে চতুৰ্থ চলচিত্ৰ মহোৎসৱ অনুষ্ঠিত কৰিবলৈ যো-জা চলাইছে । এইবেলি এই চলচিত্ৰ মহোৎসৱ সম্পূৰ্ণ বিনামূলীয়াকৈ আৰু অন লাইন যোগে প্ৰদৰ্শন কৰা হব । ভাৰতত মহোৎসৱটোৰ চতুৰ্থ সংস্কৰণত বিভিন্ন কলা আৰু বিষয় ধাৰাৰ ওপৰত ৩০ টা নিৰ্বাচিত বঁটা বিজয়ী চিনেমাৰ এক বিস্তাৰিত তালিকা আছে । এই বিষয়ে অধিক তথ্য জানিবৰ বাবে https://www.jpf.go.jp/e/index.html অথবা  https://www.jfindia.org.in/ এই ওৱেব চাইটত চাব পাৰিব । নাইবা Anasua Mitra | Avian We | M: +917838236770 | Email  ID : anasua@avianwe.com, আৰু Lakshita Arora | Avian We | M: +91886001204 | Email ID: lakshitaarora@avianwe.com এই ঠিকনাত যোগাযোগ কৰিব পাৰে । এই তথ্য জিলা  তথ্য আৰু জনসংযোগ বিষয়া মৰিগাঁও জানিব দিয়ে।

Leave A Reply