Breaking

নগাঁও গ্ৰেটাৰ লায়ন্স ক্লাবৰ উদ্যোগত বিনামূলীয়া চকু চিকিৎসা শিবিৰ

0 2,044

নগাঁও গ্ৰেটাৰ লায়ন্স ক্লাবৰ উদ্যোগত আজি নগাঁও চহৰৰ হয়বৰগাও মাৰোৱাৰী পঞ্চায়ত  ভৱনত চকুত চানি পৰা ৰোগীসকলৰ এক বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত হয় । এই চকু চিকিৎসা শিবিৰত কেবাজনো অভিজ্ঞ চিকিৎসকে চিকিৎসা প্ৰদান কৰে । শিবিৰত প্ৰায় তিনি শতাধিক লোকে চিকিৎসা গ্ৰহণ কৰে । শিবিৰত চকুত চানি পৰা ৰোগ সকলৰ পৰা বাচনি কৰি গুৱাহাটীৰ লায়ন্স চকু চিকিৎসালয়ত সুদক্ষ চিকিৎসকৰ দ্বাৰা বিনামূলীয়াকৈ অস্ত্ৰোপচাৰ কৰাৰ ব্যৱস্থা গ্ৰহন কৰা হৈছে বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে ।

Leave A Reply