Breaking

আগডলা গাওঁ পঞ্চায়তত বিনামূলীয়া স্বাস্থ্য শিৱিৰ…

0 145

এচ.টি.মাৰ্থ ইনষ্টিটিউট অফ নাৰ্চিং গুৱাহাটীৰ উদ্যোগত আগডলা গাওঁ পঞ্চায়ত বিজেপিৰ সহযোগত আগদলা গাওঁ পঞ্চায়তত বিনামূলীয়া স্বাস্থ্য শিৱিৰ সম্পন্ন হয় । উক্ত অনুষ্ঠানৰ মুখ্য দ্বাৰ উন্মোচন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে ।

অনুষ্ঠানত উপস্থিত থাকে কামৰূপ জিলাৰ অতিৰিক্ত উপাযুক্ত সিদ্ধাৰ্থ গোস্বামী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বক্তিগত সহায়ক প্ৰাণজিৎ ডেকা আগডলা গাওঁ পঞ্চায়তৰ সভাপতি তিলক শৰ্মা আঞ্চলিক সদস্য মনোজ কাকতি বেজেৰা মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক ভাস্কৰজ্যোতি কলিতা বেজেৰা মণ্ডলৰ কোষাধ্যক্ষ ধনঞ্জয় ডেকা লগতে বিজেপি দলৰ জেষ্ঠ কনিষ্ঠ একাংশ কাৰ্য্যকৰ্তা উপস্থিত থাকে ।

Leave A Reply