Breaking

এতিয়াৰে পৰা আপোনাৰ হাতত থকা মোবাইলৰ সহায়ত লাখ লাখ টকা উপাৰ্জন কৰিব পাৰিব আপুনি । কিন্তু কেনেকৈ উপাৰ্জন কৰিব ?

0 70

আপুনি জানেনে যে এতিয়া ঘৰত বহি মোবাইল পাৰ্টনাৰ লৈ লাখ লাখ টকা উপাৰ্জন কৰিব পাৰিব । আজিকালি সকলোৱে ফেচবুক আৰু ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰে । কিন্তু তাৰ পৰা বহুত টকা উপাৰ্জন কৰিব পাৰি জানেনে ? এই তথ্য দিছে ফেচবুক আৰু ইনষ্টাগ্ৰামৰ স্বত্বাধিকাৰী মাৰ্ক জুকাৰবাৰ্গে । কিন্তু কেনেকৈ উপাৰ্জন কৰিব ? তেওঁ কি কৈছিল জানো আহক । Facebook And Instagram Are The Best Ways To Earn Millions Of Dollars! Learn How

১/ ফেচবুক ষ্টাৰছ, শেহতীয়াকৈ ফেচবুকে এই ফিচাৰ যোগ কৰিছে । তাত আপুনি ফেচবুক ষ্টাৰৰ জৰিয়তে বিভিন্ন ধৰণৰ ভিডিঅ বা ছবি দৰ্শকক মনোৰঞ্জন দি ধন ৰাহি কৰিব পাৰিব ।

২/ Monetize Reels, আপুনি যদি Instagram’ত Reels আপলোড কৰিব পাৰে, তেনেহলে তাত থকা মানুহে আপোনাৰ ৰিল ভিডিঅ’টো চাবলৈ ধন দিব । ফলত যদি আপুনি এজন বিখ্যাত কন্টেন্ট ক্ৰিয়েটৰ হ’ব পাৰে, তেন্তে ইয়াৰ পৰা আপুনি বহুত উপাৰ্জন কৰিব ।

৩/ ক্ৰিয়েটৰ মাৰ্কেটপ্লেছ, এতিয়া আপুনি ফ্লিপকাৰ্ট বা আমাজনলৈ যাব নালাগে । ফেচবুকত নিজাকৈ দোকান খুলি বিপুল উপাৰ্জন কৰিব পাৰিব ।

৪/ Digital Collectibles, এতিয়া ইনষ্টাগ্ৰামত বেলেগ । NFT (Non Fungible Tokens) বিক্ৰী কৰিও টকা উপাৰ্জন কৰিব পাৰিব । এন এফ টি আচলতে ধন ঘটাৰ পৰৱৰ্তী প্ৰজন্মৰ উপায় । ইয়াত আপুনি নিজৰ প্ৰতিভাৰে বিভিন্ন ধৰণৰ ছবি, ষ্টীকাৰ আদি সৃষ্টি কৰিব পাৰে । যদি মানুহে সেইবোৰ ব্যৱহাৰ কৰিব বিচাৰে তেন্তে আপোনাক টকা দিব ।

Leave A Reply